প্ৰতিকী ফটো
Published on:
Updated on:
- ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
- শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৭ পইচাকৈ।
- আনহাতে ডিজেল প্ৰতি লিটাৰত বৃদ্ধি পালে ৯ পইচাকৈ।
- বৰ্দ্ধিত মূল্যৰ সৈতে শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ ৭১.৮৯ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দান হলগৈ ৬৫.২৮ টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in