শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য…

671
  • ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৭ পইচাকৈ।
  • আনহাতে ডিজেল প্ৰতি লিটাৰত বৃদ্ধি পালে ৯ পইচাকৈ।
  • বৰ্দ্ধিত মূল্যৰ সৈতে শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ ৭১.৮৯ টকা।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দান হলগৈ ৬৫.২৮ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি