পুনৰবাৰ মাধমাৰঃ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰবাৰ মাধমাৰঃ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…
  • পুনৰ বৃদ্ধি পেট্ৰ'ল, ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৬২ পইচা বৃদ্ধি পালে।
  • প্ৰতিলিটাৰ ডিজেলত বাঢ়িলে ৬৪ পইচা।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৫.৭৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.০৩ টকা।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭৪.২৬ টকা।
  • প্ৰতিলিটাৰত বৃদ্ধি পাইছে ৩৩ পইচা।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.২৬ টকা।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৩৩ পইচা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in