প্ৰতিকী ফটো
প্ৰতিকী ফটো

৬০ পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • ৬০ পইচাকৈ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।
  • প্ৰায় দুমাহৰ পাছত ইন্ধনৰ মূল্যবৃদ্ধি হৈছে।
  • ইয়াৰ পূৰ্বে অসমত ৫ টকাকৈ ইন্ধনৰ মূল্যবৃদ্ধি হৈছিল।
  • ৰাজ্যৰ অধীনত থকা অইল ফাৰ্মসমূহে প্ৰায় ৮২ দিনৰ পাছত দৈনন্দিন ভিত্তিত মূল্য সাল-সলনি কৰাৰ বাবে এই মূল্য বৃদ্ধি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in