Published on:
Updated on:
- বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য।
- মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৮২ টকা।
- প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭৮.২২ টকা।
- ইফালে, দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৩৬টকা।
- ৭৪.৬২ টকা হ'লগৈ ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য।
- একেদৰে গুৱাহাটীতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.২৭ টকাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৫৩ টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in