শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

এদিনো নকমিল! ১৪ দিনে কেৱল বৃদ্ধিহে হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

278

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে বিগত কিছুদিন ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত আছে। প্ৰায় ১৪ দিনত প্ৰতিদিনেই কিছু পৰিমাণে ইন্ধনৰ মূল্যবৃদ্ধি হৈ আছে। যাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ লোক। শনিবাৰে অসমত প্ৰতিলিটাৰ পেট্ৰ’লত ৩৩ পইচাকৈ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৪০ পইচাকৈ বৃদ্ধি পালে।

শনিবাৰে অসমত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৩.৩৪ টকা। ঠিক তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.৮৯ টকা। শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰলত বৃদ্ধি পাইছিল ৫৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬৩পইচাকৈ বৃদ্ধি পাইছিল। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও প্ৰতিলিটাৰ পেট্ৰলত ৫৩ পইচা আৰু ডিজেলত প্ৰতি লিটাৰত ৬৪ পইচাকৈ বৃদ্ধি পাইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি