গুৱাহাটীত দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…

গুৱাহাটীত দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…
  • গুৱাহাটীত দেওবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.০৮ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৪.৪৩ টকা।
  • গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৪৪ টকা।
  • শনিবাৰে এই মূল্য আছিল ৬৭.৮০ টকা।
  • বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in