গুৱাহাটীত বুধবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গুৱাহাটীত বুধবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.০২ টকা।
  • মঙলবাৰেও এই মূল্য একেই আছিল।
  • গুৱাহাটীত বুধবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৩৫ টকা।
  • মঙলবাৰেও এই মূল্য একেই আছিল।
  • বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
  • মূল্য দৈনিক হ্ৰাস-বৃদ্ধি হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in