পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

ফাইল ফটো
ফাইল ফটো
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ৮২.৩২ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৩.৮৭টকা।
  • ইফালে, মুম্বাইতো বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৯.৬৯টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছেগৈ ৭৮.৪২টকা প্ৰতিলিটাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in