পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ৬৫ পইচাকৈ হ্ৰাস ।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ৪২ পইচাকৈ ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৫১ টকা ।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৯৬ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in