শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

567
  • পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস হয় ০.২১ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৮ টকা হ্ৰাস।
  • বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৭৮.২১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৮৯ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস হয় ০.২০ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৯ টকা হ্ৰাস।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৩.৭২ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৬.৩৮ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি