শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

দেওবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

522
  • গুৱাহাটীত দেওবাৰে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭৪.৭৪ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৪.৮১ টকা।
  • গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৮.৫৩ টকা।
  • শনিবাৰে এই মূল্য আছিল ৬৮.৫৯ টকা।
  • উল্লেখ্য যে, বিগত কিছুদিন ধৰি ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
  • কেতিয়াবা যদি হ্ৰাস পাইছে পৰৱৰ্তী সময়ত পুনৰ সেই মূল্য বৃদ্ধি পাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি