দেওবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • গুৱাহাটীত দেওবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.৭৪ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৪.৮১ টকা।
  • গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৮.৫৩ টকা।
  • শনিবাৰে এই মূল্য আছিল ৬৮.৫৯ টকা।
  • উল্লেখ্য যে, বিগত কিছুদিন ধৰি ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
  • কেতিয়াবা যদি হ্ৰাস পাইছে পৰৱৰ্তী সময়ত পুনৰ সেই মূল্য বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in