শনিবাৰে ডিজেলৰ মূল্য বৃদ্ধি, পৰিৱৰ্তন হোৱা নাই পেট্ৰ’লৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শনিবাৰে পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য।
  • ডিজেলৰ প্ৰতিলিটাৰত ৫ পইচা বৃদ্ধি।
  • আজি গুৱাহাটীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৬১ টকা।
  • ইফালে কোনো পৰিৱৰ্তন হোৱা নাই পেট্ৰ'লৰ মূল্য।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৪৪ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in