পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।
  • বুধবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • বুধবাৰে পেট্ৰ'লত প্ৰতিলিটাৰত ৫ পইচা বৃদ্ধি।
  • ডিজেলত ৪ পইচাকৈ বৃদ্ধি পালে।
  • আজি গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭১.৯৬ টকা।
  • আৰু ডিজেলৰ মূল্য ৬৮.৩৫ টকা।
  • বুধবাৰেও বৃদ্ধি পাইছিল ইন্ধনৰ মূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in