আপোনাৰ চহৰত কিমান মূল্যত পাব পেট্ৰ’ল ডিজেল

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শুকুৰবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ১৪ পইচা বৃদ্ধি।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আজি ৭০.৮০টকা।
  • ইয়াৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ০.১৬ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত ৬৬.৯৭ টকা।
  • বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in