সোমবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • সোমবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ২ পইচা বৃদ্ধি।
  • ১৫ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭২.৩৯ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৮১ টকা।
  • দেওবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'লৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছিল ৮ পইচাকৈ।
  • গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম আছিল ৭২.২৮ টকা।
  • ইয়াৰ বিপৰীতে দেওবাৰে হ্ৰাস পাইছিল প্ৰতিলিটাৰ ডিজেলৰ দাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in