শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

সকাহ! হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

1,075
  • মঙলবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৫ পইচা হ্ৰাস।
  • ৮ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৭১.৯৭ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৯১ টকা।
  • সোমবাৰে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছিল।
  • ইফালে হ্ৰাস পাইছিল ডিজেলৰ মূল্য।
  • বিগত বহুদিন ধৰি অব্যাহত আছে ইন্ধনৰ মূল্যবৃদ্ধি।
  • যাৰ বাবে অসুবিধাত পৰিছে সাধাৰণ ৰাইজ।
  • তেনে সময়তে মঙলবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি