সকাহ! হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • মঙলবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৫ পইচা হ্ৰাস।
  • ৮ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭১.৯৭ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৯১ টকা।
  • সোমবাৰে পেট্ৰ'লৰ মূল্য বৃদ্ধি পাইছিল।
  • ইফালে হ্ৰাস পাইছিল ডিজেলৰ মূল্য।
  • বিগত বহুদিন ধৰি অব্যাহত আছে ইন্ধনৰ মূল্যবৃদ্ধি।
  • যাৰ বাবে অসুবিধাত পৰিছে সাধাৰণ ৰাইজ।
  • তেনে সময়তে মঙলবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in