শেহতীয়া খবৰ
অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO

শনিবাৰে গ্ৰাহকৰ বাবে ভাল খবৰ কঢ়িয়ালে পেট্ৰ’ল ডিজেলে

1,460
  • শনিবাৰে অপৰিৱৰ্তিত হৈ ৰ’ল ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য আজি ৬৫.৯৯ টকা।
  • ইয়াৰ বিপৰীতে ১০ পইচাকৈ হ্ৰাস পালে পেট্ৰলৰ মূল্য।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৬৯.৭৪ টকা।
  • বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ’ল আৰু ডিজেলৰ মূল্য।
  • গ্ৰাহকক মাধমাৰ সুধাই দৈনিক বৃদ্ধি হৈছে ইন্ধনৰ মূল্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি