পেট্ৰ’লৰ মূল্য বৃদ্ধি, ডিজেলত হ্ৰাস

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • দেওবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১১ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৭.৭৮ টকা।
  • ইফালে মূল্য হ্ৰাস পালে ডিজেলৰ।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১ পইচাকৈ হ্ৰাস।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬২.৪৯ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in