বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ফাইল ফটো
ফাইল ফটো
  • সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ১০ পইচা বৃদ্ধি।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আজি ৭১.৭২টকা।
  • ইয়াৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ১৩ পইচা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৮.০৯ টকা।
  • বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৭১.৬২ টকা।
  • ইফালে প্ৰতিলিটাৰ ডিজেলৰ মূল্য আছিল ৬৭.৯৬ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in