খৰধৰক কৰকঃ কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল…

খৰধৰক কৰকঃ কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল…
  • গুৱাহাটীত নাপাব পে'ট্ৰল আৰু ডিজেল।
  • শুকুৰবাৰৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ'ল-ডিজেল।
  • ১৩ মে'ৰ পুৱা ৫ বজাৰ পৰা ১৪ মে'ৰ পুৱা ৫ বজালৈ বন্ধ থাকিব সকলো পে'ট্ৰল ডিপু।
  • নৰ্থ-ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।
  • এই প্ৰতিবাদৰ অংশ হিচাপে বন্ধ থাকিব ডিপু সমূহ।
  • ১৫ মে'ত সমস্যা সমাধান নহ'লে অনিৰ্দিষ্টকাললৈ বন্ধৰ হুংকাৰ ডিপুসমূহ।
  • ১৬ মে'ৰ পুৱা ৫ বজাৰ পৰা সকলো ডিপু বন্ধ কৰি দিয়াৰ ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in