দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত
  • পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।
  • প্ৰতি লিটাৰ পেট্ৰ'ল ০.৩৫টকাকৈ বৃদ্ধি হ'ল ৰাজধানী নতুন দিল্লীত।
  • ডিজেলৰ মূল্য দিল্লীত বৃদ্ধি পালে প্ৰতি লিটাৰত ০.২৪টকাকৈ।
  • দিল্লীত শনিবাৰে পেট্ৰ'লৰ মূল্য ৮১.৬৩ টকা প্ৰতি লিটাৰত।
  • ৰাজধানী চহৰখনত ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৭৩.৫৪টকা।
  • মুম্বাইত ০.৩৪টকা বৃদ্ধি হৈ পেট্ৰ'লৰ মূল্য হৈছে ৮৯.০৯টকা।
  • শনিবাৰে মুম্বাইত ডিজেলৰ প্ৰতি লিটাৰত মূল্য  ০.২৫টকা বৃদ্ধি হৈ হ'লগৈ  ৭৮.০৭টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in