শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

সস্তাত পেট্ৰ’ল-ডিজেল পাব অন্ধ্ৰপ্ৰদেশত!

138

ডিজিটেল ডেস্কঃ পে’ট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিক লৈ দল-সংগঠনৰ প্ৰতিবাদেৰে কঁপাই তুলিছে দেশৰ আকাশ-বতাহ। ইয়াৰ মাজতে অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে ঘোষণা কৰিছে যে, ৰাজ্যখনত ২ টকাকৈ হ্ৰাস কৰা হ’ব পেট্ৰল-ডিজেলৰ মুল্য ।

মঙলবাৰৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হ’ব অন্ধপ্ৰদেশত । অন্ধপ্ৰদেশ চৰকাৰৰ এই প্ৰদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ সকলো জনসাধাৰণে ।উল্লেখযোগ্য যে, অন্ধপ্ৰদেশ চৰকাৰে পেট্ৰলত ৩৬.৪২ শতাংশ আৰু ডিজেলত ২৯.১২ শতাংশ বিক্ৰী কৰ আদায় কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি