পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৬১টকা হ'লগৈ।
  • ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৩.৯৭ টকা।
  • মুম্বাইতো পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পালে।
  • মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৯.৯৭টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত ৭৮.৫৩টকা।
  • গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.৮২ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৭.৩৪ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in