শেহতীয়া খবৰ
উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

658
  • পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত।
  • মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।
  • মঙলবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮২.১৭ টকা।
  • ইফালে, প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ০.৩১ টকা।
  • বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭৪.৯৯ টকা।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮১.৯৩ টকা আৰু ডিজেলৰ মূল্য ৭৪.৬৮ টকা আছিল ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি