শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ

248
  • দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰল-ডিজেলৰ।
  • মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৫পইচাকৈ বৃদ্ধি পালে।
  • ইফালে ডিজেল প্ৰতিলিটাৰত ৩৫পইচাকৈ বৃদ্ধি পালে।
  • এই বৰ্দ্ধিত মূল্যৰ সৈতে দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হলগৈ ৯০.৮৩টকা।
  • বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হলগৈ ৮১.৩২টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি