দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ

দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ
  • দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰল-ডিজেলৰ।
  • মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৫পইচাকৈ বৃদ্ধি পালে।
  • ইফালে ডিজেল প্ৰতিলিটাৰত ৩৫পইচাকৈ বৃদ্ধি পালে।
  • এই বৰ্দ্ধিত মূল্যৰ সৈতে দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হলগৈ ৯০.৮৩টকা।
  • বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হলগৈ ৮১.৩২টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in