দেওবাৰে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…
- ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
- দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলত বাঢ়িল ৭ পইচাকৈ।
- আনহাতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১০ পইচাকৈ।
- উল্লেখ্য যে, আগষ্ট মাহত দ্বিতীয় বাৰ বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য।