শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

328
  • পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
  • দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ০.১০টকা।
  • বৰ্তমান পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৮২.১৬টকা ।
  • ডিজেলৰো বৃদ্ধি হ’ল ০.৯টকাকৈ প্ৰতি লিটাৰত।
  • দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৩.৮৭টকা।
  • ইফালে, মুম্বাইতো বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ’লত ০.১০টকা আৰু ডিজেলত ০.৯টকাকৈ বৃ্দ্ধি।
  • পেট্ৰ’লৰ মূল্য ৮৯.৫৪টকা প্ৰতিলিটাৰত হোৱাৰ বিপৰীতে ডিজেলগত হ’লগৈ ৭৮.৪২টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি