ফাইল ফটো
Published on:
Updated on:
- পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য
- দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ০.১০টকা।
- বৰ্তমান পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮২.১৬টকা ।
- ডিজেলৰো বৃদ্ধি হ'ল ০.৯টকাকৈ প্ৰতি লিটাৰত।
- দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৭৩.৮৭টকা।
- ইফালে, মুম্বাইতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ০.১০টকা আৰু ডিজেলত ০.৯টকাকৈ বৃ্দ্ধি।
- পেট্ৰ'লৰ মূল্য ৮৯.৫৪টকা প্ৰতিলিটাৰত হোৱাৰ বিপৰীতে ডিজেলগত হ'লগৈ ৭৮.৪২টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in