টকিঅ’ পেৰা অলিম্পিকঃ বেডমিন্টনত প্ৰমোদ ভগতৰ স্বৰ্ণ অৰ্জন…

টকিঅ’ পেৰা অলিম্পিকঃ বেডমিন্টনত প্ৰমোদ ভগতৰ স্বৰ্ণ অৰ্জন…
  • টকিঅ'ত পেৰা অলিম্পিয়ক চতুৰ্থটো স্বৰ্ণ ভাৰতৰ।
  • পেৰা বেডমিণ্টনত চেম্পিয়নৰ খিতাপ প্ৰমোদ ভগতৰ।
  • পুৰুষৰ ছিংগল এছ এল ৩ শাখাত স্বৰ্ণ দখল প্ৰমোদৰ।
  • গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ দখল প্ৰমোদ ভগতৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in