শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

কি হ’ব মিকা সিঙৰ? হ’ব নেকি দেশৰ পৰা বহিষ্কাৰ!

1,434

ডিজিটেল ডেস্কঃ পাকিস্তানত সংগীত পৰিৱেশন কৰাৰ পাচৰে পৰা কন্ঠশিল্পী মিকা সিঙক বিপদে লগ নেৰা হৈছে। ভাৰতীয় ছবিত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাচতে এতিয়া ঘৰতো শান্তিৰে থাকিবৱ পৰা নাই মিকা। পাকিস্তানৰ সৈতে মিতিৰালি কৰা মিকাৰ বাসগৃহৰ সন্মুুখত মঙলবাৰে হাজাৰ হাজাৰ লোকে কৰিলে প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ মিকাক ভাৰতৰ পৰা বহিষ্কাৰৰ দাবী তুলিলে প্ৰতিবাদকাৰীয়ে।

मीका सिंह के घर के बाहर लोगों ने किया प्रोटेस्ट, कहा- 'उसे भारत में रहने का कोई अधिकार नहीं'

সংবাদমাধ্যমৰ সন্মুখত প্ৰতিবাদকাৰীসকলে কয়- যিখন দেশৰ হাতত প্ৰতিদিনাই ভাৰতৰ একোজনকৈ জোৱানে প্ৰাণ হেৰুৱায়, তেনে দেশৰ সৈতে মিতিৰালি কৰা মিকা ভাৰতত থাকি একো লাভ নাই। ইফালে এই প্ৰতিবাদক অগণতান্ত্ৰিক আখ্যা দিছে মিকা সিঙৰ অধিবক্তাই।

মিকা সিঙৰ সপক্ষত তেওঁ কয় যে- ‘মিকা সিঙৰ দেশভক্তিক লৈ কোনো প্ৰশ্ন উত্থাপন হব নালাগে, তেও দেশক বহুত ভাল পায়। সামাজিক কাম কাজতো তেও জড়িত। তেওৰ এটা এন জি অ আছে। তাত থকা ৫৫০০ গৰাকী মহিলাৰ সম্পূৰ্ণ খৰচ বহন কৰে তেওঁ।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি