কা আৰু এনআৰচিয়ে অসমবাসীক প্ৰভাবিত নকৰে : সৰ্বানন্দ সোণোৱাল

কা আৰু এনআৰচিয়ে অসমবাসীক প্ৰভাবিত নকৰে : সৰ্বানন্দ সোণোৱাল
  • কংগ্ৰেছ আৰু অন্য দল সমূহ কেবল সংবাদ মাধ্যমতহে দেখা গৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
  • বিজেপি মিত্ৰজোঁট মাটিৰ সৈতে মিলি আছে বুলি মন্তব্য কৰে সোণোৱালে ।
  • কা আৰু এনআৰচিয়ে অসমবাসীক প্ৰভাবিত নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।
  • মোৰ উদেশ্যে ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বনোৱা লক্ষ্য বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in