শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ধিঙত ৰঙালীৰ আনন্দঃ ২৬ গাঁৱৰ ৰাইজে মিলি ধাৰাবাহিকভাৱে পালন কৰি আহিছে মুকলি বিহু…

89

ডিজিটেল সংবাদ, ধিংঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙতো চেনেহৰ ৰঙালী বিহুটিক উলহ-মালহেৰে উদযাপন কৰা দেখা গৈছে। ধিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত মুকলি বিহুত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকা আৰু অভিনেত্রী নিশিতা গোস্বামীয়ে। অংশগ্ৰহণ কৰিলে অভিনেতা নয়ন নিৰ্বান বৰুৱায়ো।

বিভিন্ন জাতি-জনগোষ্ঠীৰে অনুষ্ঠিত হোৱা বিহু উৎসৱ পৰিণত হ’ল সমন্বয়ৰ মিলনভূমি। ২৬ খন গাঁৱৰ ৰাইজ সন্মিলিত হৈ ৩৪ বছৰ ধৰি পালন কৰি আহিছে এই বিহু উৎসৱটি । হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লোকে এনেদৰে ৩৪ বছৰ ধৰি বিহু এই উৎসৱটি পালন কৰি দাঙি ধৰি আহিছে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি