শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

‘পেহেলৱান’ৰ ৰূপত ছাউথৰ ছুপাৰষ্টাৰ সুদীপ! ভাইৰেল ট্ৰেইলাৰ… চাওঁক VIDEO

170

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা সুদীপ আৰু বলিউডৰ আন্না নামেৰে খ্যাত সুনীল ছেট্টীয়ে অভিনয় কৰা এখন নতুন ছবিৰ ট্ৰেইলাৰ মুকলি পালে বৃহস্পতিবাৰে। দমদাৰ ট্ৰেইলাৰ মুকলি হোৱা ছবিখনৰ নাম ‘পহলৱান’। ছবিখনৰ ট্ৰেইলাৰটোৰ প্ৰথম ভাগত আপোনাৰো নিশ্চয় মনত পৰিব ছলমান খানৰ ছুপাৰ হীট ছবি ‘ছুলতান’লৈ।

ট্ৰেইলাৰটোত সুনীল ছেট্টীক দেখা পোৱা গৈছে এক সম্পূৰ্ণ নতুন ষ্টাইলত। আৰু ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে সুদীপে। মল্লযুদ্ধৰ আৰম্ভণিৰ পৰা সফলতা পোৱালৈকে জীৱনত কিমান ঘাট-প্ৰতিঘাত পাৰ হ’ব লগা হয় সেই বিষয়েই দেখা পোৱা যাব ছবিখনত। চাওঁক ভিডিঅ’-

উল্লেখ্য যে, অহা ১২ ছেপ্টেম্বৰ, ২০১৯ত মুক্তি পাব এই ছবিখন। এই ছবিখন হিন্দীৰ লগতে তামিল, তেলেগু আৰু মলিয়ালম ভাষাতো মুক্তি পাব ছবিগৃহত। আৰু এই ছবিখনক পোনপটীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আয়ুষ্মান খুড়ানাৰ ছবি ‘ড্ৰীম গাৰ্লে’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি