শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়

শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়
  • শান্তি আলোচনালৈ সহাৰি বি বিদায় ওৰফে বিষ্ণু বসুমতাৰীৰ।
  • দুধৰ্ষ এনডিএফবি(এছ) কেডাৰ আছিল বি বিদায়।
  • ভূটানত আত্মগোপন কৰি আছিল এনডিএফবি উপাধ্যক্ষগৰাকী।
  • এনডিএফবিৰ আন এজন শীৰ্ষ নেতা বথাও যোগ দিছে শান্তি আলোচনা প্ৰক্ৰিয়াত।
  • আদীবাসী আক্ৰমণৰ বহু ঘটনাৰ সৈতে জড়িত আছিল বি বিদায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in