পাঠশালা ৰে’ল ষ্টেচনত উদ্ধাৰ স্কুলৰ ইউনিফৰ্ম পৰিহিত এগৰাকী কিশোৰী

পাঠশালা ৰে’ল ষ্টেচনত উদ্ধাৰ স্কুলৰ ইউনিফৰ্ম পৰিহিত এগৰাকী কিশোৰী
  • পাঠশালা ৰে'ল ষ্টেচনত উদ্ধাৰ এগৰাকী কিশোৰী।
  • স্কুলৰ ইউনিফৰ্ম পৰিহিত কিশোৰীগৰাকীক কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ।
  • কিশোৰটিক উদ্ধাৰ কৰে চাৰিজন লোকে।
  • নৱম শ্ৰেণীত অধ্যয়নৰত কোকৰাঝাৰৰ ডালাবাৰীৰ ছাত্ৰীগৰাকী সম্প্ৰতি ৰে'ল আৰক্ষীৰ জিম্মাত আছে।
  • কি কাৰণত আৰু কিদৰে ছাত্ৰীগৰাকী ৰে'লেৰে আহি পাঠশালা পালে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in