পাঠশালা এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড…

পাঠশালা এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড…

  • বিহুৰ আনন্দৰ মাজতে পাঠশালা এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিৱ পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।
  • অগ্নিনিৰ্ৱাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।
  • বেংকৰ আচৱাৱৰ লগতে সকলো নথি পত্ৰ জুইত জাহ যায় ।
  • প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in