শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

আজি উদ্বোধন হ’ব সংসদ টিভি…

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুধবাৰে যুটীয়াভাৱে সংসদ টিভি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়ে কয়, আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসত সংসদ টিভি মুকলি কৰা হ’ব।

এই বছৰৰ ফেব্ৰুৱাৰীমাহত, লোকসভা টিভি আৰু ৰাজ্যসভা টিভি একত্ৰিত কৰি এক নতুন সংসদ টিভি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেবৰয়, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু অধিবক্তা হেমন্ত বাত্ৰাই নতুন চেনেলটোত পৃথক অনুষ্ঠান আয়োজন কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি