১৯ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন..

১৯ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন..
  • ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।
  • এই অধিৱেশনত ৩ খন অধ্যাদেশ, ১৭ খন নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।
  • অধিৱেশনৰ প্ৰাকমুহূৰ্তত শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক।
  • দিনৰ ১১বজাত অনুষ্ঠিত হ'ব এই সৰ্বদলীয় বৈঠক।
  • আনহাতে বয়লি ৩ বজাত অনুষ্ঠিত হ'ব এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক।
  • এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত প্ৰেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংসদ উত্তাল কৰাৰ সম্ভাৱনা আছে।
  • আনহাতে কোভিড সৃষ্টি পৰিৱেশ, ভগ্নপ্ৰায় অৰ্থনীতি আদি বিষয়েও স্থান লাভ কৰিব এই অধিৱেশনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in