আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন…

আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন…
  • আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন।
  • পুৱা ১১বজাৰ পৰা আৰম্ভ হ'ব কাৰ্যসূচী।
  • ১৩ আগষ্টলৈকে চলিব এই অধিৱেশন।
  • কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশন ১৭খনকৈ বিধেয়ক উত্থাপন কৰিব।
  • ইফালে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ সাজু বিৰোধী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in