সুৰাপায়ীক কি সকীয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ?

সুৰাপায়ীক কি সকীয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ?
  • ৰাজ্যৰ সুৰাপায়ীসকলক সকীয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
  • পূজাৰ সময়ত সুৰাপায়ীয়ে অতপালি কৰিলে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে।
  • তেজপুৰত এই ঘোষণা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
  • পূজাস্থলীত সুৰাপায়ী প্ৰত্যক্ষ কৰিলে আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিব জেললৈ।
  • ইফালে পূজাৰ সময়চোৱাত সুৰাৰ বিপনী খোলা থাকিব বুলিও ঘোষণা।
  • আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বন্ধ কৰিব পাৰিব বিপনীসমূহ।
  • দুৰ্গাপূজাস্থলীৰ পৰিৱেশ সুন্দৰকৈ ৰাখিবৰ বাবে আহ্বান মন্ত্ৰীজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in