অভিনেত্ৰী গীতা সিদ্ধাৰ্থ কাকৰ দেহাৱসান

ফাইল ফটো
ফাইল ফটো
  • অভিনেত্ৰী গীতা সিদ্ধাৰ্থ কাকৰ দেহাৱসান।
  • শনিবাৰে মুম্বাইত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
  • ১৯৭৩ চনৰ এম এছ সথ্যুৰ 'গৰম হাৱা' নামৰ ছবিখনত অভিনয় কৰাৰ বাবে তেওঁ সকলোৰে মাজত পৰিচিত হৈ পৰিছিল।
  • জীতেন্দ্ৰ আৰু জয়া ভাদুৰীয়েও অভিনয় কৰিছিল ছবিখনত।
  • তেওঁ অভিনয় কৰা কেইখনমান ছবি হৈছে 'শ্বোলে', 'ত্ৰিশূল', 'ডিস্ক' ডান্সাৰ', 'ৰাম তেৰী গংগা মৈলী', 'অৰ্থ', 'এক চাদৰ মৈলী ছী', 'গমন', 'দুছৰা আদমী'।
  • টেলিভিছন হোষ্ট আৰু তথ্যচিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ কাকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in