সৰ্বানন্দ সোণোৱালেহে জাতিদ্ৰোহী কাম কৰিছেঃ পৰেশ বৰুৱা

সৰ্বানন্দ সোণোৱালেহে জাতিদ্ৰোহী কাম কৰিছেঃ পৰেশ বৰুৱা
  • ড০ হীৰেণ গোঁহাইক জাতিদ্ৰোহী আখ্যা দিয়াৰ বিৰুদ্ধে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া।
  • 'অসমৰ ৰবট মুখ্যমন্ত্ৰী সোণোৱালৰ মতিভ্ৰম হৈছে।'
  • 'সেয়েহে এই ধৰণৰ সিদ্ধান্ত লোৱা বুলি ধৰি ল'ব পাৰো।'
  • 'প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰত্যেকজন নাগৰিকৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত অধিকাৰ আছে।'
  • 'জাতিৰ সংকটৰ সময়ত ৰাজপথলৈ আহি প্ৰতিবাদ কৰাটো কোনো পধ্যেই জাতিদ্ৰোহী হ'ব নোৱাৰে।'
  • 'জাতিৰ সংকটৰ সময়ত গণতান্ত্ৰিকভাৱে জাতিৰ হকে প্ৰতিবাদ কৰাতো জাতিদ্ৰোহী হ'ব নোৱাৰে।'
  • 'সৰ্বানন্দ সোণোৱালেহে জাতিদ্ৰোহী কাম কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in