শেহতীয়া খবৰ
জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন

সৰ্বানন্দ সোণোৱালেহে জাতিদ্ৰোহী কাম কৰিছেঃ পৰেশ বৰুৱা

1,627
  • ড০ হীৰেণ গোঁহাইক জাতিদ্ৰোহী আখ্যা দিয়াৰ বিৰুদ্ধে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া।
  • ‘অসমৰ ৰবট মুখ্যমন্ত্ৰী সোণোৱালৰ মতিভ্ৰম হৈছে।’
  • ‘সেয়েহে এই ধৰণৰ সিদ্ধান্ত লোৱা বুলি ধৰি ল’ব পাৰো।’
  • ‘প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰত্যেকজন নাগৰিকৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত অধিকাৰ আছে।’
  • ‘জাতিৰ সংকটৰ সময়ত ৰাজপথলৈ আহি প্ৰতিবাদ কৰাটো কোনো পধ্যেই জাতিদ্ৰোহী হ’ব নোৱাৰে।’
  • ‘জাতিৰ সংকটৰ সময়ত গণতান্ত্ৰিকভাৱে জাতিৰ হকে প্ৰতিবাদ কৰাতো জাতিদ্ৰোহী হ’ব নোৱাৰে।’
  • ‘সৰ্বানন্দ সোণোৱালেহে জাতিদ্ৰোহী কাম কৰিছে।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি