পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ মিছা

পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ মিছা
  • আলফা স্বাধীনৰ মেইল।
  • কুশলে আছে পৰেশ বৰুৱা।
  • ৰমেল অসমে প্ৰেৰণ কৰিলে এই মেইল।
  • পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ কৰিছিল ৱেব পৰ্টেলটোৱে।
  • অসমবাসীক আলফা স্বাধীনৰ পৰা জনোৱা হৈছে- পৰেশ বৰুৱা বৰ্তমান সুস্থ আছে।
পৰেশ বৰুৱাৰ শেহতীয়া ফটো
পৰেশ বৰুৱাৰ শেহতীয়া ফটো
  • কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলিও জনাইছে।
  • কোনো দুষ্ট চক্ৰই পৰেশ বৰুৱাৰ মৃত্যুৰ অপপ্ৰচাৰ চলোৱা হৈছে বুলি উল্লেখ কৰিছে মেইলটোত।
  • এই ধৰণৰ খবৰক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে আলফা স্বাধীনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in