টকিঅ’ পেৰালম্পিকঃ ভাৰতৰ নিষাদ কুমাৰৰ ৰূপৰ পদক অৰ্জন…

টকিঅ’ পেৰালম্পিকঃ ভাৰতৰ নিষাদ কুমাৰৰ ৰূপৰ পদক অৰ্জন…
  • টকিঅ' পেৰালম্পিকৰ পৰা দেওবাৰে ভাৰতলৈ আহিল এক ভাল খবৰ।
  • পুৰুষৰ হাই জাম্পত ভাৰতৰ নিষাদ কুমাৰৰ পদক অৰ্জন।
  • নিষাদে লাভ কৰিলে ৰূপৰ পদক।
  • ২.০৬ মিটাৰ উচ্চতালৈ জঁপিয়াই এই মেডেল অৰ্জন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in