২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰালৈ…

২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰালৈ…
  • ২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা।
  • এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা বিতোপন বৰবৰালৈ।
  • দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক বৰবৰাক বাচনি কৰা হৈছে এই বঁটাৰ বাবে।
  • মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ঘোষণা কৰা হয় এই বঁটাপ্ৰাপকৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in