ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ ভোটগণনাৰ অন্তিম পৰ্যায়…

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ ভোটগণনাৰ অন্তিম পৰ্যায়…
  • ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ ভোটগণনা অন্তিম পৰ্যায়ত।
  • আৰু দুখন আসনৰ ভোটগণনা সম্পন্ন হ'লেই শেষ হ'ব জিলা পৰিষদৰ ভোটগণনা।
  • নিশা ১২.৪৫বজালৈকে ৪১৮খন জিলা পৰিষদৰ ভোটগণনা সম্পন্ন।
  • ইয়াৰে বিজেপিয়ে লাভ কৰিছে ২১১খন।
  • কংগ্ৰেছে লাভ কৰিছে ১৪৮খন।
  • অগপই লাভ কৰিছে ১৯খন।
  • এ আই ইউ ডি এফে লাভ কৰিছে ২৫খন।
  • আৰু অন্যান্য তথা নিৰ্দলীয়ই লাভ কৰিচে ১৫খনকৈ আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in