পানীখাইতীৰ হাতীশিলাত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

পানীখাইতীৰ হাতীশিলাত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু
  • পানীখাইতীৰ হাতীশিলাত ৰে'লৰ খুন্দাত যুৱকৰ মৃত্যু।
  • মৃত যুৱকজনৰ নাম সন্মান দৰ্জী।
  • চন্দ্ৰপুৰৰ হাজংবৰীত ঘৰ যুৱকজনৰ।
  • বৃহস্পতিবাৰে বিয়লি কৰ্মস্থলীলৈ ওলাই যোৱাৰ সময়তে মৃত্যুৰ সন্দেহ।
  • উজনিমুৱা ৰে'লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
  • যুৱকজনৰ মৃতদেহ ৰে'লপথত পৰি থকাৰ বাবে পুৱাৰ ভাগত ৰে'ল চলাচলত অসুবিধা।
  • বহু সময় ধৰি আবদ্ধ হৈ পৰে কেবাখনো ৰে'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in