পুঁজিৰ অভাৱ! ১৫ ডিচেম্বৰৰ পাছতহে পঞ্চায়ত নিৰ্বাচন

পুঁজিৰ অভাৱ! ১৫ ডিচেম্বৰৰ পাছতহে পঞ্চায়ত নিৰ্বাচন
  • ১৫ ডিচেম্বৰৰ পাছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।
  • সময় বিছাৰি উচ্চ ন্যায়ালয়ত আবেদন ৰাজ্যিক নিৰ্বাচনী আয়োগৰ।
  • দুই-এদিনতে শুনানি দিয়াৰ সম্ভাৱনা।
  • পঞ্চায়ত নিৰ্বাচনৰ পাছতহে অনুষ্ঠিত হব জিএমচি নিৰ্বাচন।
  • নিৰ্বাচনৰ বাবে পৰ্যাপ্ত পুঁজি মুকলি কৰি দিয়া নাই চৰকাৰে।
  • পুঁজি বিচাৰি ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিব নিৰ্বাচনী আয়ুক্তই।
  • ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই এইছ এন বৰাই জনালে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in