পঞ্চায়ত নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

পঞ্চায়ত নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা
  • পঞ্চায়ত নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • সকলো অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ স্থানীয় আৰক্ষী থানাত জমা দিয়াৰ নিৰ্দেশ।
  • ৩দিনৰ ভিতৰত মাৰণাস্ত্ৰসমূহ জমা দিয়াৰ নিৰ্দেশ প্ৰশাসনৰ।
  • কামৰূপ মহানগৰৰ ২১টা গাঁও পঞ্চায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in