পল্টনবজাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ…

পল্টনবজাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ…
  • মহানগৰীৰ পল্টনবজাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • পল্টন বজাৰৰ কালিবাৰীৰ ৰেল'ৱে কলনীত হত্যাকাণ্ড।
  • ৰেল'ৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ।
  • নাৰায়ণ চক্ৰৱৰ্তী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ।
  • কোৱাৰ্টাৰৰ মালিকে ৰখিয়া কৰি থৈ গৈছিল কোৱাৰ্টাৰত চক্ৰৱৰ্তীক।
  • কোৱাটাৰ মালিকে ষট পূজাৰ বাবে ঘৰলৈ গৈছিল।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
  • তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in