শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মহানগৰীত ৰহস্যজনক আত্মহত্যা

  • মহানগৰীৰ ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা ।
  • প্ৰতিষ্ঠানটোৰ বাথৰূমত  চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰ্মচাৰী জনৰ মৃত দেহ।
  • আত্মহত্যা কৰা কৰ্মচাৰী জনৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।
  • মৃত কৰ্মচাৰিজনৰ নাম বিদ্যুৎ বিকাশ দত্ত।
  • নৱবিবাহিতা বিদ্যুতে পত্নীৰ সৈতে বাস কৰিছিল গুৱাহাটীৰ এটা ভাড়াঘৰত।