মহানগৰীত ৰহস্যজনক আত্মহত্যা

মহানগৰীত ৰহস্যজনক আত্মহত্যা
  • মহানগৰীৰ ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা ।
  • প্ৰতিষ্ঠানটোৰ বাথৰূমত  চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰ্মচাৰী জনৰ মৃত দেহ।
  • আত্মহত্যা কৰা কৰ্মচাৰী জনৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।
  • মৃত কৰ্মচাৰিজনৰ নাম বিদ্যুৎ বিকাশ দত্ত।
  • নৱবিবাহিতা বিদ্যুতে পত্নীৰ সৈতে বাস কৰিছিল গুৱাহাটীৰ এটা ভাড়াঘৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in